Socialঅসম

মহানগৰী সৌন্দৰ্য্যবৰ্দ্ধনৰ ক্ষেত্ৰত এখোজ, গণেশগুৰি উৰণীয়া সেতুৰ তলত ৰাজহুৱা শৌচাগাৰ মুকলি

তিনিমাহতে গুৱাহাটী স্মাৰ্ট কৰি তোলাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ

স্মাৰ্ট চিটী হ’ব গুৱাহাটী মহানগৰী। মহানগৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে লৈছে বহুতো আকৰ্ষণীয় পদক্ষেপ। তিনিমাহতে গুৱাহাটী স্মাৰ্ট কৰি তোলাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ।

মহানগৰৰ বিভিন্ন ঠাইত উৰণীয়া সেতুৰ মুকলি কৰাৰ সমান্তৰালভাৱে আজি গণেশগুৰি উৰণীয়া সেতুৰ তলত মুকলি কৰা হয় ৰাজহুৱা শৌচাগাৰ। গুৱাহাটী লায়নছ ক্লাৱৰ সহযোগিতাত নিৰ্মাণ কৰা এই শৌচাগাৰ মুকলি কৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘলে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ লক্ষ্য-ৰাইজৰ সুবিধাৰ্থে সকলো উৰণীয়া সেতুৰ তলত বনোৱা হ’ব Public Toilet।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.