AssamCMO AssamHimanta Biswa Sarmaleatest updatenationalPMo indiapoliticalRegionalSocial

নতুন দিল্লীত আলফা-কেন্দ্ৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি; কি কি বিষয় সন্নিৱিষ্ট হৈছে এই শান্তি চুক্তিত?

অসমৰ ইতিহাসত আন এক ৰাজনৈতিক শান্তি চুক্তি

নতুন দিল্লীত আলফা-কেন্দ্ৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি
অসমৰ ইতিহাসত আন এক ৰাজনৈতিক শান্তি চুক্তি
কি কি বিষয় সন্নিৱিষ্ট হৈছে শান্তি চুক্তিত?
অসমৰ জাতি-জনগোষ্ঠীৰ বাবে থাকিব সাংবিধানিক সুৰক্ষা
বৃহত্তৰ অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ’ব চুক্তিত
অসমীয়াৰ প্ৰভুত্ব সুৰক্ষিত কৰাৰ বাবে ভূমি অধিকাৰৰ সুৰক্ষা
২০২৩ বৰ্ষৰ জাতি–জনগোষ্ঠীৰ জনগাঁথনি সুৰক্ষিত ৰখা
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে ১০৫ বিধানসভা সমষ্টি সংৰক্ষিত কৰা
ভৱিষ্যতেও অপৰিৱৰ্তিত থাকিব ২০২৩ বৰ্ষৰ জনগাঁথনিৰ আধাৰ
বৃহত্তৰ অসমীয়াৰ সুৰক্ষাৰ বাবে শুদ্ধ নাগৰিকপঞ্জী উন্নীতকৰণ
অৰ্থনীতিক বিকাশ আৰু নিবনুৱা সমস্যা সমাধানৰ সূত্ৰ উদ্ভাৱন
নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বিকাশেৰে নিয়োজনৰ ব্যাপক পৰিকল্পনা
ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বিশেষ পদক্ষেপ
উদ্যোগীকৰণৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা আৰু জলাশয় বিকাশ
আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থাৰে এক্ট ইষ্ট নীতি কাৰ্যকৰীকৰণত ক্ষিপ্ৰতা
কৃষি খণ্ডৰ বিকাশ আৰু শিক্ষা খণ্ডৰ বিকাশত বিশেষ গুৰুত্ব
ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষা, প্ৰসাৰ-প্ৰচাৰত গুৰুত্ব
অসমৰ ৰে’লৱে আন্তঃগাঁথনি উন্নীতকৰণৰ নতুন পদক্ষেপ
ক্ৰীড়া আৰু পৰ্যটন খণ্ডৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব আৰোপ
মূল সুঁতিলৈ ওভতা আলফা সদস্যৰ পুনৰ সংস্থাপন
কেন্দ্ৰীয় চৰকাৰৰ বিকাশ আঁচনিৰ অধীনত ব্যাপক বিনিয়োগ
আঢ়ৈ লাখ কোটি টকাৰ কেন্দ্ৰীয় বিনিয়োগৰ বাবে দাবী আলফাৰ
ৰাজ্য চৰকাৰৰ অধীনতো বিকাশমূলক আঁচনিৰ প্ৰস্তাৱ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.