Socialঅসম

জল সম্পদ বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট

১৪ গৰাকীৰে এদিনৰ দৰমহা কৰ্টন কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে

জল সম্পদ বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ছাডেন ভিজিট দি হতবাক হৈ পৰে মন্ত্ৰীগৰাকী।  কিয়নো এটা দিনতে এটা কাৰ্যালয়তে ২৪ গৰাকী কৰ্মচাৰী অনুপস্থিত৷ ইয়াৰে ১০ গৰাকী কৰ্মচাৰীয়ে দৰ্খাস্ত দি ছুটি লোৱাৰ বিপৰীতে আন ১৪ গৰাকীয়ে দৰ্খাস্ত নিদিয়াকৈ অনুপস্থিত থাকে। ফলত ১৪ গৰাকীৰে এদিনৰ দৰমহা কৰ্টন কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে।

লগতে কাৰ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰি ৰখাৰ কাঢ়া নিৰ্দেশ দিয়াৰ লগতে লগতে কাৰ্যালয়টোৰ অতিৰিক্ত কৰ্মচাৰীয়ে ফিল্ড ভিজিট কৰিব লাগিব বুলিও কয় মন্ত্ৰী পীযুষ হাজৰিকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.