অৰ্থনৈতিকঅসম

আজিও বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য

চলিত মাহত প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মুল্য

চলিত মাহত প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মুল্য।  সোমবাৰ অর্থাৎ আজিও বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য।

আজি পেট্ৰ’ল প্ৰতিলিটাৰ ৩০ পইছা আৰু ডিজেল প্ৰতিলিটাৰ ৩৫ পইছাকৈ বৃদ্ধি পায়।

উল্লেখ্য যে,  অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে পেট্ৰলৰ দাম ১০০ টকাতকৈ অধিক হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button