অপৰাধঅসমদুৰ্ঘটনা

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত এজন

দুৰ্ঘটনা সংঘটিত কৰি চাৰিচকীয়া বাহনৰ ঘটনাস্থলীৰ পৰা পলায়ন

বকো হাহিম বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মেদেলচন চাংমা নামৰ এজন লোক। দুৰ্ঘটনা সংঘটিত কৰিয়ে চাৰিচকীয়া বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-01AK-5829 বুলি জানিব পৰা গৈছে। আহত মেদেলচন চাংমাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছিল যদিও ইতিমধ্যে মৃত্যু হৈছে লোকজনৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.