অৰ্থনৈতিকঅসম

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১৩ দিনত ১১ বাৰ বাঢ়িল ইন্ধনৰ মূল্য

গুৱাহাটীত পেট্ৰ’লৰ দাম ১০৩.৪৪ টকা

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

১৩ দিনত ১১ বাৰ বাঢ়িল ইন্ধনৰ মূল্য

প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮৯ পইচাকৈ

প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৬৯ পইচাকৈ

আজিৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ দাম ১০৩.৪৪ টকা

গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৯.২৭ টকা

ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাত সৰ্বাধিক পেট্ৰ’লৰ মূল্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button