অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক
অভিযুক্ত চিকিৎসক দম্পত্তিৰ ঘৰত আৰক্ষীৰ অভিযান, ল’ৰা শিশুটিকো নিৰ্যাতনৰ সন্দেহ সুৰক্ষা আয়োগৰ
ল’ৰা শিশুটিক পৰ্যবেক্ষণ শিশু সুৰক্ষা আয়োগৰ....
![অভিযুক্ত চিকিৎসক দম্পত্তিৰ ঘৰত আৰক্ষীৰ অভিযান, ল’ৰা শিশুটিকো নিৰ্যাতনৰ সন্দেহ সুৰক্ষা আয়োগৰ অভিযুক্ত চিকিৎসক দম্পত্তিৰ ঘৰত আৰক্ষীৰ অভিযান, ল’ৰা শিশুটিকো নিৰ্যাতনৰ সন্দেহ সুৰক্ষা আয়োগৰ](https://prathamkhabartv.com/wp-content/uploads/2023/05/UUU-780x470.jpg)
অভিযুক্ত চিকিৎসক দম্পত্তিৰ ঘৰত আৰক্ষীৰ অভিযান
ADCP নন্দিনী কাকতিৰ নেতৃত্বত অভিযান
উলুবাৰীস্থিত বাসগৃহত অভিযান আৰক্ষীৰ
শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ ২ চিকিৎসক
আৰক্ষীৰ সৈতে উপস্থিত শিশু সুৰক্ষা আয়োগৰ সদস্য
ল’ৰা শিশুটিকো নিৰ্যাতনৰ সন্দেহ আয়োগৰ
ল’ৰা শিশুটিক পৰ্যবেক্ষণ শিশু সুৰক্ষা আয়োগৰ
বাহ্যিকভাৱে সুৰক্ষিত শিশুটি
দুয়োটা শিশুকে শিশুগৃহত ৰখাৰ সিদ্ধান্ত আয়োগৰ