ধৰ্মীয়

বন্ধ কৰিব লাগিব মছজিদৰ লাউডস্পীকাৰ! অন্যথা বজোৱা হ’ব হনুমান চালিশা…

মই কোনো প্ৰাৰ্থনা বা কোনো ধৰ্ম বিদ্বেষী নহয়, কিন্তু মই নিজৰ ধৰ্মক লৈ গৌৰৱ কৰো

মছজিদৰ লাউডস্পীকাৰক লৈ অসন্তুষ্ট একাংশ। অসন্তুষ্ট জনতাৰ আপত্তি-আঁতৰাব লাগে মছজিদৰ লাউডস্পীকাৰ। মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাই লাউডস্পীকাৰৰ তীব্ৰ শব্দক লৈ আপত্তি দৰ্শায়। নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰেই শনিবাৰে উলিওৱা এক ৰেলীৰ সময়ত মছজিদৰ লাউডস্পীকাৰ বন্ধ কৰিবলৈ দাবী জনায়।

 

বন্ধ কৰিব লাগিব মছজিদৰ লাউডস্পীকাৰ! অন্যথা বজোৱা হ'ব হনুমান চালিশা...

মহাৰাষ্ট্ৰৰ শিৱাজী পাৰ্কত হোৱা এটা সমদলত ৰাজ ঠাকৰেই কয় যে, ‘মছজিদত ইমান তীব্ৰ শব্দত কিয় লাউডস্পীকাৰ বজোৱা হয়? যদি লাউডস্পীকাৰ বন্ধ কৰা নহয়, তেন্তে মছজিদৰ বাহিৰত তাতকৈ অধিক শব্দত হনুমান চালিশা বজোৱা হ’ব। মই কোনো প্ৰাৰ্থনা বা কোনো ধৰ্ম বিদ্বেষী নহয়, কিন্তু মই নিজৰ ধৰ্মক লৈ গৌৰৱ কৰো’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button