অসম

নিমাতীঘাটত পুনৰ অঘটন, বুঢ়ালুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা মাতৃ-কন্যাৰ…

অফলামুখ ফেৰী ঘাটেৰে মাজুলী অভিমুখে আহিবলৈ ওলাইছিল মাতৃ-জীয়ৰী।

নিমাতী ঘাটত পুনৰ অঘটন। ব্ৰহ্মপুত্ৰৰ বুকুত একেলগে জাঁপ দিলে মাতৃ-কন্যাই। অফলামুখ ফেৰী ঘাটেৰে মাজুলী অভিমুখে আহিবলৈ ওলাইছিল মাতৃ-জীয়ৰী।

নদীৰ বুকুত জাঁপ দিয়া কন্যাগৰাকীৰ বয়স আছিল মাত্ৰ ৮ বছৰ। দুয়োয়ে ফেৰী ঘাটৰ সমীপতে ব্ৰহ্মপুত্ৰত একেলগে জাঁপ দিয়ে। ইতিমধ্যে প্ৰতক্ষ্যদৰ্শীয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও এতিয়াও সন্ধানহীন ৮ বছৰীয়া কন্যাগৰাকী।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

3 − 3 =

Back to top button