অসম

নিমাতীঘাটত পুনৰ অঘটন, বুঢ়ালুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা মাতৃ-কন্যাৰ…

অফলামুখ ফেৰী ঘাটেৰে মাজুলী অভিমুখে আহিবলৈ ওলাইছিল মাতৃ-জীয়ৰী।

নিমাতী ঘাটত পুনৰ অঘটন। ব্ৰহ্মপুত্ৰৰ বুকুত একেলগে জাঁপ দিলে মাতৃ-কন্যাই। অফলামুখ ফেৰী ঘাটেৰে মাজুলী অভিমুখে আহিবলৈ ওলাইছিল মাতৃ-জীয়ৰী।

নদীৰ বুকুত জাঁপ দিয়া কন্যাগৰাকীৰ বয়স আছিল মাত্ৰ ৮ বছৰ। দুয়োয়ে ফেৰী ঘাটৰ সমীপতে ব্ৰহ্মপুত্ৰত একেলগে জাঁপ দিয়ে। ইতিমধ্যে প্ৰতক্ষ্যদৰ্শীয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও এতিয়াও সন্ধানহীন ৮ বছৰীয়া কন্যাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + nine =

Check Also
Close
Back to top button