AssamCity newsleatest update

ছাত্ৰীক যৌন নিৰ্যাতন কৰা শিক্ষকক ২৫ বছৰ সশ্ৰম কাৰাদণ্ড।

গুৱাহাটীৰ POCSO বিশেষ আদালতৰ এই ৰায়দান

ছাত্ৰীক যৌন নিৰ্যাতন কৰা শিক্ষকক ২৫ বছৰ সশ্ৰম কাৰাদণ্ড

ৰাজেন্দ্ৰ প্ৰসাদ ভূশাল নামৰ শিক্ষকগৰাকীক কাৰাদণ্ড

গুৱাহাটীৰ POCSO বিশেষ আদালতৰ এই ৰায়দান

২০১৯ত ফটাশিল আমবাৰী থানাত ৰুজু হৈছিল গোচৰ

শিক্ষক ৰাজেন্দ্ৰক ১০ হাজাৰ টকা জৰিমনা আদালতৰ

ভুক্তভোগী নাবালিকাক ২ লাখ টকা প্ৰদানৰ নিৰ্দেশ

জিলা আইন সেৱা প্ৰাধিকাৰীক এই নিৰ্দেশ প্ৰদান

সপ্তম শ্ৰেণীৰ ছাত্ৰীক চলাইছিল যৌন নিৰ্যাতন

POCSO আইনৰ ৮নং ধাৰাত দোষী সাব্যস্ত

নিৰ্যাতিতাৰ হৈ যুক্তি লোক-ফৰিয়াদি দীপা বেজবৰুৱাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.