অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নলবাৰীৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাস্থলীতে নিহত দুগৰাকী মহিলা

নলবাৰীৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাস্থলীতে নিহত দুগৰাকী মহিলা

থিতাতে নিহত মলয়া কাকতি, ৰিংকু বৰ্মন

দুৰ্ঘটনাত আহত আন চাৰিগৰাকী মহিলা

আহত ৰূপালী মেধি, থুনু তালুকদাৰ, কবিতা মেধি

জোনালী মেধি নামৰ মহিলাগৰাকীও আহত

এখন টেম্পো বাহনৰ যাত্ৰী আছিল মহিলাকেইগৰাকী

আহত আটাইকে উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ

অচিনাক্ত ডি ৱাই বাহনে খুন্দা মাৰে টেম্পোখনত

মুকালমুৱাৰ বৰুৱাপুটাত এই দুৰ্ঘটনা

দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন ডি ৱাই বাহনৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.