অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

যোৰাবাটত STF আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ ৫১৮ গ্ৰাম অবৈধ সোণ, মহিলাসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত সোণৰ অবৈধ বেহা

যোৰাবাটত STF আৰু আৰক্ষীৰ যৌথ অভিযান

অভিযানত জব্দ ৫১৮ গ্ৰাম অবৈধ সোণ

মহিলাসহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ধৃত ক্ৰমে মেঘালয়ৰ বীৰু সিং, মহম্মদ ইউছুফ

ৰাজস্থানৰ ইনায়েৎ আলী, জন্নত বেগম

মেঘালয়ৰ পৰা ৰাজস্থানলৈ নিয়াৰ চেষ্টা চলাওতে জব্দ

সোণখিনিৰ বজাৰমূল্য প্ৰায় ২৫ লাখ টকা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.