AssamCity newsnationalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিটিচি নিৰ্বাচনৰ বাবে BPFৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা…

বিটিচি নিৰ্বাচনৰ বাবে BPFৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা

হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ২২জনীয়া প্ৰাৰ্থী তালিকা

দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰী, ভৈৰৱকুণ্ডত ৰিহন দৈমাৰী

কচুগাঁৱত ৰবিৰাম নাৰ্জাৰী, দৰঙাজুলিত ইমানুৱেল মুছাহাৰী

পৰ্বতঝোৰাত মুনমুন ব্ৰহ্ম, গোমাত আন্তাজ আলী

শ্ৰীৰামপুৰত মুকেশ্বৰ আহমেদ, চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰী

জামদুৱাৰ উইলিয়াম নাৰ্জাৰী, দোতমা প্ৰকাশ বসুমতাৰী

বাওখুংগ্ৰীত ধনেশ্বৰ গয়াৰী, ছালাকাটিত দেৰহাছাৎ বসুমতাৰী

মিচিমাত জেম্ছ বসুমতাৰী, কাজলগাঁৱত পানীৰাম ব্ৰহ্ম

১৩নং চিৰাং শুকুৰসিং মুছাহাৰী, ছুবাইঝাৰত ধীৰাজ বৰগয়াৰী

মথনগুৰিত বেগম আখতাৰা আহমেদ, দিহিৰাত আগুষ্টুছ টিগ্গা

গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, শুক্লাই ছেৰফাঙত গণেশ কছাৰী

খৈৰাবাৰীত লামশ্ৰাউ মুছাহাৰীক বিপিএফৰ প্ৰাৰ্থিত্ব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.