Assamleatest updatenationalpoliticalSocial

দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ দিনা কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা?

কাইলৈ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস।

কাইলৈ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ দিনা কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা?

খানাপাৰাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে।ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বড়াই। গোৱালপাৰাত পতাকা উত্তোলন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই। নলবাৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে।

নগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুলবৰাই। কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। হোজাইত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই। তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী সঞ্জয় কিষাণে। গোলাঘাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে। শিলচৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই। কোকৰাঝাৰত BTR প্ৰধান প্ৰমোদ বড়োৱে উত্তোলন কৰিব পতাকা। ডিফুত পতাকা উত্তোলন কৰিব CEM তুলিৰাম ৰংহাঙে। হাফলঙত পতাকা উত্তোলন কৰিব CEM দেব’লাল গাৰ্লোছা। ওদালগুৰিত পতাকা উত্তোলন কৰিব DY CEM গোবিন্দ বসুমতাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.