অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি দেশজুৰি প্ৰধানমন্ত্ৰীৰ ৮ম ৰোজগাৰ মেলা, ৫১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ল 

আজি দেশজুৰি প্ৰধানমন্ত্ৰীৰ ৮ম ৰোজগাৰ মেলা

৫১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ল

কেন্দ্ৰীয় আৰক্ষী বাহিনী, সীমা সুৰক্ষাত নিযুক্তি

SSB, অসম ৰাইফল, ITBPতো নিযুক্তি

অসমতো প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ

অসমৰ মহানগৰীৰ ৰাণীত ৰোজগাৰ মেলাৰ আয়োজন

অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button