leatest updateঅপৰাধদৈনিক বাতৰি

অশান্তজৰ্জৰ মণিপুৰত পুনৰ উত্তেজনা, মণিপুৰ কাণ্ডৰ অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ

থাউৱেল জিলাত সংঘটিত হিংসাত্মক কাণ্ড

অশান্তজৰ্জৰ মণিপুৰত পুনৰ উত্তেজনা
মণিপুৰ কাণ্ডৰ অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ
হিউৰেম হিৰোদাসৰ ঘৰ জ্বলাই দিলে ক্ষোভিত জনতাই
থাউৱেল জিলাত সংঘটিত হিংসাত্মক কাণ্ড
বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল হিউৰেম হিৰোদাসক
দুগৰাকী মহিলাক বিবস্ত্ৰ কৰিছিল সমদল
৪ মে’ত মণিপুৰৰ কাংপ’কপিত সংঘটিত এই ঘটনা
মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ
ঘটনাৰে জড়িত এইপৰ্যন্ত ৪জনক গ্ৰেপ্তাৰ
সোধা-পোছাৰ বাবে ৬৫৭জনক আটক
মণিপুৰত তীব্ৰতৰ সেনা-আৰক্ষীৰ অভিযান
ৰাজ্যখনৰ ১২৯ স্থানত স্থাপন তালাচী চকী
মণিপুৰ চৰকাৰৰ ওপৰত খৰ্গহস্ত উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে ৰুজু কৰিলে নিজাববীয়া গোচৰ
চৰকাৰক সৱিশেষ তথ্য দিয়াৰ নিৰ্দেশ মুখ্য ন্যায়াধীশৰ
দোষীক কঠোৰ শাস্তিৰ কাঢ়া নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.