অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

কমলপুৰৰ নাঙালকাটাত চাঞ্চল্যকৰ ঘটনা, কবৰ খান্দি উলিওৱা হ’ল যুৱকৰ মৃতদেহ

কমলপুৰৰ নাঙালকাটাত চাঞ্চল্যকৰ ঘটনা

কবৰ খান্দি উলিওৱা হ’ল যুৱকৰ মৃতদেহ

১০ জুনত কবৰস্থ কৰা হৈছিল মুন আলীৰ মৃতদেহ

পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছিল মুন আলীক

মৰণোত্তৰ পৰীক্ষা নকৰকাকৈ কবৰস্থ কৰা হৈছিল মৃতদেহ

মৃত্যুৰ ২৫ দিনৰ পিছত ঘটনাই লৈছে নতুন মোৰ

পোহৰলৈ আহিছে মৃত্যুৰ পূৰ্বে কৰা এটা ভিডিঅ’ ৰেকৰ্ডিং

ড্ৰাগ্ছ সৰবৰাহকাৰী ৰাজীৱ আলীৰে কৰিছিল ভিডিঅ’ বাৰ্তালাপ

এই ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে তদন্ত বিচাৰি এজাহাৰ দাখিল পৰিয়ালৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কমলপুৰ স্থানীয় প্ৰশাসনে পুনৰবাৰ মৃতদেহ খান্দি উলিয়াও মৰণোত্তৰ ব্যৱস্থা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.