leatest updateঅসমদৈনিক বাতৰি

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি; এতিয়াৰে পৰা দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল।

দিনত ২০% কমিব বিদ্যুৎ মাচুল, নিশা অতিৰিক্ত ২০% বাঢ়িব বিদ্যুতৰ মাচুল।

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি। বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) বিল ২০২০ৰ সংশোধনী। দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল। দিনত ২০% কমিব বিদ্যুৎ মাচুল। নিশা অতিৰিক্ত ২০% বাঢ়িব বিদ্যুৎ মাচুলৰ। সৌৰশক্তি বৃদ্ধিৰ লক্ষ্যৰে এই ব্যৱস্থা। দিনত বিদ্যুৎ যোগান দিয়া হ’ব সৌৰশক্তিৰ প্ৰকল্পৰ পৰা। সৌৰশক্তিৰ খৰচ ক’ম বাবে বিদ্যুৎ মাচুলো হ’ব কম। নিশা জলবিদ্যুৎ বা তাপবিদ্যুৎ প্ৰকল্পৰ পৰা দিয়া হ’ব যোগান। সেয়ে নিশাৰ ভাগত বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

৮ ঘণ্টা নিৰ্ধাৰণ কৰিব ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে। ২০২৪ৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব বাণিজ্যিক উপভোক্তাৰ। সাধাৰণ উপভোক্তৰ বাবে কাৰ্যকৰী হ’ব ২০২৫ৰ ১ এপ্ৰিলৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.