অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আমগুৰিত সমষ্টি বিলুপ্তকৰণক লৈ প্ৰতিবাদ, প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ

আমগুৰিত সমষ্টি বিলুপ্তকৰণক লৈ প্ৰতিবাদ।

আমগুৰি সমষ্টিৰ চামগুৰিত প্ৰতিবাদ দল সংগঠন তথা স্থানীয় ৰাইজৰ।

বিশাল আৰক্ষী বাহিনীৰ মাজতে প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ।

প্ৰতিবাদৰ মাজতে আৰক্ষী বাহিনীৰ মাজত সৃষ্টি হয় হুৱা দুৱা।

ইফালে, আমগুৰি সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দল সংগঠনৰ তথা আমগুৰিবাসী ৰাইজৰ।

কাইলৈ আমগুৰি নগৰত পুনৰ ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.