Internationalleatest updatenationalঅসমআন্তঃৰাষ্ট্ৰীয়আমেৰিকাদৈনিক বাতৰিবিশ্ব

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব নোৱাৰিব ড’নাল্ড ট্ৰাম্প, ক’লাৰাড’ উচ্চতম ন্যায়ালয়ৰ অযোগ্য ঘোষণা ট্ৰাম্পক

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব নোৱাৰিব ড’নাল্ড ট্ৰাম্প, ক’লাৰাড’ উচ্চতম ন্যায়ালয়ৰ অযোগ্য ঘোষণা ট্ৰাম্পক

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব নোৱাৰিব ড’নাল্ড ট্ৰাম্প

ক’লাৰাড’ উচ্চতম ন্যায়ালয়ৰ অযোগ্য ঘোষণা ট্ৰাম্পক

কেপিটল হীল আক্ৰমণৰ ঘটনাৰ বাবে অযোগ্য ট্ৰাম্প

২০২১ চনৰ ৬ জানুৱাৰীত ঘটিছিল আক্ৰমণৰ ঘটনা

ট্ৰাম্পে হেৰুৱাৰ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব

ৰিপাব্লিকানৰ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ শীৰ্ষত আছিল ট্ৰাম্প

আমেৰিকাৰ ইতিহাসত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্বৰ বাবে অযোগ্য ঘোষিত হোৱা ট্ৰাম্পেই প্ৰথমজন ব্যক্তি। ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী হিচাপে শীৰ্ষত আছিল ড’নাল্ড ট্ৰাম্পৰ নাম। কিন্তু ক’লাৰাড’ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ট্ৰাম্পৰ দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছলৈ যোৱাৰ সপোন অপূৰ্ণ হৈ ৰোৱাৰ পথত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + eighteen =

Check Also
Close
Back to top button