অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে ১৪টা ৱেবছাইট মুকলি ছেবাৰ

উল্লেখ্য যে, ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল HSLC পৰীক্ষা। HSLCত অৱতীৰ্ণ হৈছিল ৪,৩১,১৩২গৰাকী পৰীক্ষাৰ্থী। ৪০% সংকুচিত পাঠ্যক্ৰমেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা। এইবাৰৰ ফলাফলতো অন্তিমবাৰৰ বাবে থাকিব শীৰ্ষ ১০টা স্থান।

৭ জুনত ঘোষণা হ’ব HSLC আৰু AHM পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত প্ৰকাশ পাব ফলাফল। ফলাফলৰ বাবে মুকলি কৰা হৈছে ১৪টা ৱেবচাইট।

 

ছেবাই মুকলি কৰা ৱেবছাইটকেইটা ক্ৰমে- results.sebaonline.org , resultsassam.nic.in , www.indiaresults.com , www.results.shiksha , www.assam.shiksha, www.assamonline.in , exametc.com , www.schools9.com ,
https://iresults.net , assamjobalerts.com , assamresult.in , necareer.com , www.jagranjosh.com , www.vidyavision.com ।

 

উল্লেখ্য যে, ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল HSLC পৰীক্ষা। HSLCত অৱতীৰ্ণ হৈছিল ৪,৩১,১৩২গৰাকী পৰীক্ষাৰ্থী। ৪০% সংকুচিত পাঠ্যক্ৰমেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা। এইবাৰৰ ফলাফলতো অন্তিমবাৰৰ বাবে থাকিব শীৰ্ষ ১০টা স্থান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 4 =

Back to top button