খেল

আজিৰে পৰা আৰম্ভ হ’ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২১

ক্ৰীড়াপ্ৰেমীসকলে খেলো ইণ্ডিয়াৰ বিভিন্ন অনুস্থান Star Sports 2, Star Sports 2 HD, Star Sports First and Star Sports 1 Tamil TVৰ লগতে Disney+ Hotstarটো উপভোগ কৰিব পাৰিব।

আজিৰ পৰা আৰম্ভ হ’ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২১। শনিবাৰে সন্ধিয়া ৭.৩০ বজাত শুভাৰম্ভ হ’ব ক্ৰীড়া মহোৎসৱৰ। পঞ্চকুলা, আম্বালা, চণ্ডীগড়, চাহাবাদ আৰু দিল্লীত অনুষ্ঠিত হ’ব এই খেলো ইণ্ডিয়া ক্ৰীড়া মহোৎসৱ।

 

 

পঞ্চকুলাৰ টাউ দেৱীলাল ক্ৰীড়া কমপ্লেক্সত ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। ৪ জুনৰ পৰা ১৩ জুনলৈ চলিবলগীয়া ক্ৰীড়া মহোৎসৱৰ মুখ্য স্থান হৈছে পঞ্চকুলাৰ টাউ দেৱীলাল ক্ৰীড়া কমপ্লেক্স।

 

 

২৫ টা শাখাত অনুষ্ঠিত হ’বলগীয়া ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰিব দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ৮৫০০ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষকে। ক্ৰীড়াপ্ৰেমীসকলে খেলো ইণ্ডিয়াৰ বিভিন্ন অনুস্থান Star Sports 2, Star Sports 2 HD, Star Sports First and Star Sports 1 Tamil TVৰ লগতে Disney+ Hotstarটো উপভোগ কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.