অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

চন্দ্ৰপৃষ্ঠৰ পৰা আহিছে ইটোৰ পাছত সিটো ভাল খবৰ …. চন্দ্ৰৰ বুকুৰ পৰা ISRO’লৈ প্ৰেৰণ কৰিলে প্ৰথমটো ভিডিঅ’….

চন্দ্ৰৰ বুকুত নিজৰ কামত ব্যস্ত ৰ’ভাৰ প্ৰজ্ঞান

চন্দ্ৰৰ পৰা অহা প্ৰথমটো ভিডিঅ’ই আলোড়ন তুলিছে বিশ্বত

চন্দ্ৰৰ বুকুৰ পৰা ইছৰ’লৈ প্ৰেৰণ কৰিলে প্ৰথমটো ভিডিঅ’

ISROৰ টুইটত প্ৰকাশ চন্দ্ৰ অভিযানৰ ভিডিঅ’

চন্দ্ৰ বুকুত আজি ৰ’ভাৰ প্ৰজ্ঞানৰ তৃতীয়টো দিন

পৃথিৱীৰ সময়মতে দ্বিতীয় দিনা ভিডিঅ’ সংগ্ৰহ ৰ’ভাৰ প্ৰজ্ঞানৰ

চন্দ্ৰত লাহে লাহে অৱতৰণ কৰা সময়ত সংগ্ৰহ কৰা ভিডিঅ’ প্ৰেৰণ

ৰ’ভাৰে প্ৰেৰণ কৰিছে কেইবাখনো ফটো

১৪ দিনলৈ চন্দ্ৰত কামত ব্যস্ত হৈ থাকিব ৰ’ভাৰ প্ৰজ্ঞান

গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰি ISROলৈ প্ৰেৰণ কৰিছে প্ৰজ্ঞানে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button