অপৰাধঅসম

আৰক্ষীয়ে জব্দ কৰিলে কোটি টকাৰ সোণ

ডাউন টাউন চিকিৎসালয়ৰ সমীপত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মানিক সিঙক

কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক বিভাগে গুৱাহাটীত এক কোটি ৭৭ লাখ টকা মূল্যৰ সোণ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

৩ কেজি ৬০০ গ্ৰাম ওজনৰ মুঠ ২২ টুকুৰা সোণ জব্দ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোকজন হৈছে মহাৰাষ্ট্ৰৰ শ্ৰী ৰাজপুত কেন্দ্ৰ মানিক সিং।

ডাউন টাউন চিকিৎসালয়ৰ সমীপত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মানিক সিঙক। বিভাগটোৰ গুৱাহাটী ডিভিজনৰ সহ আয়ুক্ত বৰুণ যাদৱৰ নেতৃত্বত চলোৱা হৈছিল অভিযান। তেওঁক সহযোগ কৰিছিল আয়ুষ পল, সঞ্জীত দাস, বিপিন কুমাৰ, নিশি গাৰ্গ আৰু ৰৌনক চাংমায়ে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.