অপৰাধঅসম

গোৱালপাৰাত গুলীচালনা, আৰক্ষীৰ গুলীত গুলীবিদ্ধ অপৰাধী ছাদ্দাম হুছেইন

৪ দিন পূৰ্বে অপহৰণ কৰা হৈছিল ৰবিউল ইছলামক। ৰবিউল ইছলামক অপহৰণ কৰিছিল ধৃত ছাদ্দাম হুছেইনে।

উত্তপ্ত গোৱালপাৰা। গোৱালপাৰাৰ দামৰাত গুলীয়া-গুলীৰ ঘটনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰবিউল আলমৰ অপহৰণৰ মাষ্টাৰ মাইণ্ড ছাদ্দাম হুছেইন।

৪ দিন পূৰ্বে অপহৰণ কৰা হৈছিল ৰবিউল ইছলামক। ৰবিউল ইছলামক অপহৰণ কৰিছিল ধৃত ছাদ্দাম হুছেইনে।

দেওবাৰে, পুৱতি নিশা গোৱালপাৰাৰ দুধনৈৰ দামৰাত আৰক্ষীৰে সংঘৰ্ষ হোৱাত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত কুখ্যাত অপহৰণকাৰী ছাদ্দাম হুছেইন মাৰাক। ছাদ্দামৰ লগতে আহত অপহৰণকাৰী দলটোৰ পাঁচজন লোক।

ইতিমধ্যে, নিশাই মেঘালয়ৰ পৰা অসম আৰক্ষীৱে সুস্থ অৱস্থাতে উদ্ধাৰ কৰে অপহৃত ৰবিউল ইছলামক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.