SocialSocial Networkখেলজীৱনশৈলীবিশ্বভাৰত

স্বাধীনতা দিৱসৰ দিনা সামাজিক মাধ্যমত ভাইৰেল নীৰজ চোপ্ৰাৰ এখন বিশেষ ফটো

স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই সামাজিক মাধ্যমত এখন বিশেষ ফটো প্ৰচাৰ

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই সামাজিক মাধ্যমত এখন বিশেষ ফটো প্ৰচাৰ কৰে। ফটোখনত একেলগে ২০১৯ আৰু বৰ্তমানৰ দুখন ফটো জোৰা লগাই দিয়া দেখা গৈছে।

এখন ফটোত নীৰজ চোপ্ৰাৰ এখন হাত আঘাটপ্ৰাপ্ত অৱস্থাত দেখা গৈছে আৰু আনখন ফটোত নীৰজ চোপ্ৰাই হাতেৰে সোণৰ পদকটো ধৰি থকা অৱস্থাত দেখা গৈছে।

ফটোখনৰ লগত নীৰজ চোপ্ৰাই লিখিছে- “মই আশা কৰো মোৰ এই ফটোখনে সেইসকল লোকক অনুপ্ৰাণিত কৰিব, যিসকল লোকে এক জটিল সময়ৰ মাজতো আশাহত হোৱা নাই।“

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.