AssamCMO Assamleatest updatePMo indiapolitical

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৩ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী

৪ ফেব্ৰুৱাৰীত খানাপাৰাত অংশ ল’ব বিশাল জনসভাত

কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰস্তুতি

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ দিছপুৰত দিবা নৈশ তৎপৰতা

যোৰহাটৰ লাচিতৰ বিশাল প্ৰতিমূৰ্তি ভাৰ্ছুবেলী উন্মোচন কৰিব PMএ

মুকলি কৰিব আলাবৈৰ ৰণৰ স্মৃতিত নিৰ্মাণ হৈ থকা উদ্যান

কামাখ্যা কৰিডৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.