Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

নিশাৰ মহানগৰীত অব্যাহত চোৰৰ তাণ্ডৱ, চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত চোৰৰ…..

নিশাৰ মহানগৰীত অব্যাহত চোৰৰ তাণ্ডৱ

দিছপুৰ আৰক্ষী থানাৰ সমীপতে চোৰৰ চাফাই

গণেশগুৰিৰ চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত

দুখনকৈ কাপোৰৰ দোকানত লুটপাত চলালে চোৰে

এখন গেছ এজেন্সি, এখন কছমেটিক দোকানতো লুটপাত

চোৰে লুটি নিলে কেইবা লক্ষাধিক টকা

বৰ্তমানলৈকে চোৰৰ দলটোৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.