অসমগুৱাহাটীদৈনিক বাতৰি

উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ

উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ

উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ

শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ

গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন

ইতিমধ্যে নিউ জলপাইগুৰিলৈ অনা হৈছে ৰে’লখন

সপ্তাহত ৬ দিন চলিব এই অত্যাধুনিক ৰে’লখন

উজনিমুৱা ৰে’লখনৰ নম্বৰ হ’ল ২২২২৭

নামনিমুৱা ৰে’লখনৰ নম্বৰ ২২২২৮

মাত্ৰ ৬ ঘণ্টাতে সম্পূৰ্ণ কৰিব ৪১০ কিঃমিঃ যাত্ৰা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button