অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদত প্ৰধানমন্ত্ৰী মোদী, বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশৰ জনতাই আমাৰ চৰকাৰক আস্থাত লৈছে

দেশৰ দৰিদ্ৰক লৈ বিৰোধী চিন্তিত নহয়

‘যুৱপ্ৰজন্মক আগুৱাই লৈ যোৱা আমাৰ সংকল্প, আজি লোৱা পদক্ষেপে অহা ১০বছৰলৈ প্ৰভাৱ পেলাব’

আমি ভাৰতবাসীক এখন দুৰ্নীতিমুক্ত চৰকাৰ দিছো

২০২৪ত NDA আৰু আমাৰ জয় নিশ্চিত, বিগত ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে

বিৰোধীয়ে যাৰ বেয়া বিচাৰে তাৰ ভালেই হয়, উদাহৰণ মই

জল জীৱন মিছনৰ জৰিয়তে দেশৰ ৪ লাখ জনতা উপকৃত হৈছে

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.