অসমদৈনিক বাতৰি

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে তীব্ৰ উত্তেজনা

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে তীব্ৰ উত্তেজনা

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে তীব্ৰ উত্তেজনা

মেইটেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ

বুধবাৰে নিশা অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদ

প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত ভয়ংকৰ পৰিস্থিতি

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা-অসম ৰাইফলছৰ ফ্লেগমাৰ্চ

পৰিস্থিতি ইমানেই ভয়াৱহ যে, ৭,৫০০ লোকে আশ্ৰয় লৈছে সেনা শিবিৰত

ইম্ফল, চূড়াচাণ্ডপুৰ, বিষ্ণুপুৰ-মোৰেত বৃহস্পতিবাৰে তীব্ৰ উত্তেজনা

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ মণিপুৰত বন্ধ ইণ্টাৰনেট সেৱা

শান্তি শৃংখলা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰী  এন বীৰেন সিঙৰ আহ্বান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.