অসমৰাজনৈতিক

ঘোষণা হ’ল মাজুলীত উপনিৰ্বাচনৰ দিন!

সৰ্বানন্দ সোনোৱালৰ পদত্য়াগৰ পিছত খালী হৈ আছে বিধায়ক পদ

  • অৱশেষত ঘোষণা মাজুলীত উপনিৰ্বাচনৰ দিন।
  • ৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা।
  • মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী।
  • মনোনয়ন পত্ৰ প্ৰত্য়াহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী।
  • ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ পৰীক্ষা।
  • ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি।
  • সৰ্বানন্দ সোনোৱালৰ পদত্য়াগৰ পিছত খালী হৈ আছে বিধায়ক পদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Check Also
Close
Back to top button