অসমৰাজনৈতিক

ঘোষণা হ’ল মাজুলীত উপনিৰ্বাচনৰ দিন!

সৰ্বানন্দ সোনোৱালৰ পদত্য়াগৰ পিছত খালী হৈ আছে বিধায়ক পদ

  • অৱশেষত ঘোষণা মাজুলীত উপনিৰ্বাচনৰ দিন।
  • ৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা।
  • মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী।
  • মনোনয়ন পত্ৰ প্ৰত্য়াহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী।
  • ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ পৰীক্ষা।
  • ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি।
  • সৰ্বানন্দ সোনোৱালৰ পদত্য়াগৰ পিছত খালী হৈ আছে বিধায়ক পদ।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

9 − 8 =

Back to top button