খেলভাৰত

১৯-অনুৰ্ধৰ বিশ্বকাপ ফাইনেল, ভাৰতৰ সন্মুখত ইংলেণ্ড…

ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব গুৰুত্বপুৰ্ণ খেলখন

আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল মেচত। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব গুৰুত্বপুৰ্ণ খেলখন। ফাইনেল খেলখন ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়াম, এণ্টিগুয়া খেলা হ’ব।

উল্লেখযোগ্য যে, বিশ্বকাপৰ ১৪ টা সংস্কৰণত চাৰিটা ট্ৰফীৰ সৈতে অনুৰ্ধ-১৯ বিশ্বকাপৰ ইতিহাসত ভাৰত হৈছে আটাইতকৈ সফল দল। ইয়াৰ ভিতৰত ভাৰতে আঠবাৰ বিশ্বকাপৰ ফাইনেল খেল খেলিছে। ইংলেণ্ডে শেষবাৰৰ বাবে ১৯৯৮ চনত ১৯-অনুৰ্ধৰ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 19 =

Back to top button