অপৰাধঅসমঅসম আৰক্ষী

এহাল প্ৰেমিক-প্ৰেমিকাৰ মৃত্যু, ৰে’লৰ আগত পৰি প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা…

দেওবাৰে, ৰে'ল আলিত দুয়োৰে খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

এক চাঞ্চল্যকৰ ঘটনাই কঁপাইছে ৰঙিয়া। ৰঙিয়াৰ উদিয়নাত এহাল প্ৰেমিক-প্ৰেমিকাৰ মৃত্যু। ৰে’লৰ আগত পৰি মৃত্যুক সাবটিলে এজন যুৱক আৰু কিশোৰী প্ৰেমিকাই।

আত্মহত্যা কৰা যুৱকজনৰ নাম মইনুল হক। মঙলদৈৰ যুৱক মইনুল হকে দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে আছিল ৰঙিয়াত। নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে মইনুলৰ আছিল গভীৰ সম্পৰ্ক।

দেওবাৰে, ৰে’ল আলিত দুয়োৰে খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অৱশ্যে, প্ৰেমিক-প্ৰেমিকাহালে কি কাৰণত মৃত্যুক সাবটিলে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.