অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘মোগলক উঠাই দিলে লাচিতৰ বীৰত্ব নাইকিয়া হৈ নাযায়’

NCERTৰ পাঠ্যক্ৰম সন্দৰ্ভত আজিও অৱ্যাহত প্ৰতিক্ৰিয়া। NCERT প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। 

NCERTৰ পাঠ্যক্ৰম সন্দৰ্ভত আজিও অৱ্যাহত প্ৰতিক্ৰিয়া।

NCERT প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য।

‘মোগলৰ বিষয় উঠাই দিয়াত ব্যক্তিগতভাৱে সুখী’।

‘মোগলক উঠাই দিলে লাচিতৰ বীৰত্ব নাইকিয়া হৈ নাযায়’।

‘মাত্ৰ এতিয়া মোগলৰ বীৰগাঁথা নাথাকিব’।

‘যি মোগলে সাম্প্ৰদায়িকভাৱে অত্যাচাৰ চলাইছিল, নতুন প্ৰজন্মই তেনে মোগলৰ ইতিহাস জনাৰ প্ৰয়োজন নাই’।

যি কৰিছে সেয়া ভাল কাম বুলি আখ্যা মন্ত্ৰীজনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.