AssamCity newsCMO AssamHimanta Biswa Sarmaleatest update

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে ইতিবাচক বতৰা, নতুন ছবিগৃহ আইদেউ মুকলি…

৫ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ ছবিগৃহটো

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে ইতিবাচক বতৰা

পাঞ্জাবাৰীৰ জোনাকী কমপ্লেক্সত ছবিগৃহ আইদেউ মুকলি

ছবিগৃহটো মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

৫ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ ছবিগৃহটো

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক ‘অনুনাদ’ৰ শুভ উদ্বোধন

অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধীনত উদ্বোধনী অনুষ্ঠান

অনুষ্ঠানত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

উপস্থিত চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.