EducationSocialঅসম

পুনৰ আৰম্ভ হ’ব গুণোৎসৱ

তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছে গুণোৎসৱ

পুনৰ আৰম্ভ হ’ব গুণোৎসৱ।

১১ মে’ৰ ১৪ মে’ লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷

২৩ মে’ৰ পৰা ২৬ মে’ লৈ বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷

১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলংত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − ten =

Back to top button