APSCAssamassam policebihuCMO AssamGovernment SchemeHimanta Biswa Sarmanationalnorth eastPMo indiapoliticalঅসমঅসম আৰক্ষীআঞ্চলিকদৈনিক বাতৰিৰাজনৈতিক

আজি অসমলৈ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

📌 আজি অসমলৈ প্ৰধানমন্ত্ৰী

নিৰ্বাচনী ৰণশিঙা বজাবলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব PM

গুৱাহাটী আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে

কইনাধৰালৈ যোৱাৰ পথত GS ৰোডত জনোৱা হ’ব আদৰণি

প্ৰধানমন্ত্ৰীক আদৰণি জনাব প্ৰায় ২০ হাজাৰ বিজেপি কাৰ্যকৰ্তাই

নিশাটো কইনাধৰাতে কটাব প্ৰধানমন্ত্ৰীগৰাকী

কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা

বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ বিজেপিৰ কাৰ্যকৰ্তা

সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ

নিৰাপত্তাৰ বাবে ঠায়ে ঠায়ে লগোৱা হৈছে বেৰিকেড

 

📌 প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলত নিষিদ্ধ

বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ এই নিৰ্দেশনা

DG ৰোড, MG ৰোড, GNB ৰোডৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা

GS ৰোড আৰু বি বৰুৱা ৰোডৰ ক্ষেত্ৰতো এই নিৰ্দেশনা জাৰি

পথকেইটাত চলিব নোৱাৰিব লেহেমীয়া গতিৰ বাহনো

ASTC আৰু চিটী বাছৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিৰ্দেশনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button