অসমদৈনিক বাতৰিপ্ৰযুক্তিভ্ৰমণ

নিশা এঘাৰ বজালৈ চলিব ফেৰী গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী

গুৱাহাটী ফেৰী সেৱাৰ নৱসংযোজন

◼ গুৱাহাটী ফেৰী সেৱাৰ নবসংযোজন

◼ নিশা এঘাৰ বজালৈ চলিব ফেৰী

◼ অলপতে ন বজালৈ ফেৰীৰ ক্ষেপ বৃদ্ধি কৰা হৈছিল

◼ জনতাৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা উত্তৰ গুৱাহাটী (মাজগাঁও) গুৱাহাটী ঘাটত চলিব এই ফেৰী

◼ ন , দহ, আৰু এঘাৰ বজাত এঘণ্টাৰ মুৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলিব ফেৰী

◼ জলপৰিবহন বিভাগৰ সূত্ৰে এই কথা প্ৰকাশ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.