GMCH ৰ পৰা মহিলা হাজোতীৰ পলায়ন
সৰস্বতী বৰা নামৰ মহিলা হাজোতিৰ পলায়ন
নগাঁৱত গ্ৰেপ্তাৰ পলায়ন কৰা হাজোতীক
শনিবাৰে GMCH ৰ পৰা পলায়ন কৰিছিল সৰস্বতী বৰাই
চিকিৎসাৰ বাবে GMCH লৈ আনিছিল সৰস্বতী বৰাক
বশিষ্ঠ মন্দিৰৰ লিংগ চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল সৰস্বতী
২৮ এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল বিহাৰৰ স্বামী-স্ত্ৰী
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছিল সৰস্বতী বৰা
আজি পুনৰ কাৰাগাৰলৈ অনা হ’ব সৰস্বতীক
Back to top button