Assamleatest updatenationalPMo indiaঅসমদৈনিক বাতৰিভাৰত

আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উদ্বোধন কৰিব মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ….

আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উদ্বোধন কৰিব মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ....

আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উদ্বোধন কৰিব মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

বিমানবন্দৰৰ ৬,৫০০ বৰ্গমিটাৰ সামৰি নিৰ্মাণ টাৰ্মিনেল ভৱন

বছৰত ১০ লাখ যাত্ৰীক সেৱা প্ৰদানৰ লক্ষ্য

প্ৰথম ‘অমৃত ভাৰত’ ৰে’ল শুভাৰম্ভ কৰিছিল অযোধ্যাধামত

আৰু দুখন অমৃত ভাৰত ৰে’ল উদ্বোধন কৰিব PM মোদীয়ে

৬খনকৈ বন্দে ভাৰত এক্সপ্ৰেছো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

দুটা বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.