অসমৰাজনৈতিক

ৰাইজৰ দলত মোক্ষম আঘাত, কেইবাগৰাকীও নেতাৰ আপত যোগদানৰ যো-জা!!

নতুন দিল্লীত অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত কৰিব যোগদান

◼️ৰাইজৰ দলত মোক্ষম আঘাত

◼️কেইবাগৰাকীও নেতাৰ আপত যোগদানৰ যো-জা

◼️নতুন দিল্লীত অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত কৰিব যোগদান

◼️আপত যোগ দিব ৰাইজৰ দলৰ সদ্যপদত্যাগী কমল কুমাৰ মেধিয়ে

◼️যোগদান কৰিব ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাই

◼️উপ-সভাপতি দিব্যজ্যোতি শৰ্মাৰো আপত যোগদানত সম্ভাৱনা

◼️যোগদান কৰিব ৰাইজৰ দলৰ সম্পাদক দীপাংকৰ কলিতাইও

◼️মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰো আপত যোগদানৰ প্ৰস্তুতি

◼️কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিনয় ডেকাৰো যোগদানৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 4 =

Back to top button