অসমদুৰ্ঘটনা

শিলচৰত বিধ্বংসী অগ্নিকাণ্ড! জাহ যায় কেইবাটাও বাসগৃহ

কেইবা লক্ষ্যাধিক সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডত

পুৱতি নিশা শিলচৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। কেইবা লক্ষ্যাধিক সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডত। ৮খন দোকান, ৪টাকৈ বাসগৃহ জাহ যায় বিধ্বংসী অগ্নিকাণ্ডত।

শিলচৰৰ চহৰৰ হাস্পতাল ৰোডত সংঘটিত হৈছে এই অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীক চেষ্টাত নিৰ্বাপন কৰা হয় জুই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.