অসমউৎসৱধৰ্মীয়ধাৰ্মিকমনোৰঞ্জন

আজি ৰাজ্যজুৰি পালন কৰা হৈছে মহাষ্টমী

দেৱী দুৰ্গাৰ চৰণত আগবঢ়োৱা হৈছে পূজা

আজি মহাঅষ্টমী।

আজি দেৱী দুৰ্গাৰ চৰণত আগবঢ়োৱা হৈছে পূজা। আহিন মাহৰ শুক্লা পক্ষৰ অষ্টমী দিনটোত ৰাজ্যজুৰি পালন কৰা হৈছে মহাষ্টমী।

মহাষ্টমী উপলক্ষে ঢাক ঢোলৰ শব্দ, দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য।

চৌদিশে কেৱল জাক জমক আৰু ভক্তপ্ৰাণ ৰাইজৰ উলহ-উছাহ। আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপসমুহ।

মন্দিৰ, দেৱালয়সমূহতো চলিছে পূজা-অৰ্চনা। মহাষ্টমীত মাৰ আশীষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.