অসমউৎসৱধৰ্মীয়ধাৰ্মিক

আজি মহা অষ্টমী! ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাৰায়ণপুৰতো উদযাপন শাৰদীয় দুৰ্গাপূজা

নাৰায়ণপুৰৰ ডিক্ৰঙগুৰিস্থিত দুৰ্গাপূজাই ৮০ বছৰত ভৰি দিলে

আজি মহা অষ্টমী। ৰাজ্যজুৰি উদযাপিত হৈছে শাৰদীয় দুৰ্গাপূজা। ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰটকলৰ বাবে পূৰ্ৱৰ তুলনাত পূঁজা আয়োজন কৰাৰ ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতাৰ বাবে দুৰ্গা পুঁজাৰ পূৰ্ৱৰ মাদকতা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে নাৰায়ণপুৰতো বিভিন্ন স্থানত উলহ মালহেৰে উদযাপিত হৈছে দুৰ্গা পুঁজা৷ নাৰায়ণপুৰৰ ডিক্ৰঙগুৰিস্থিত দুৰ্গাপূজা ভাগে এইবাৰ ৮০ বছৰত ভৰি দিলে৷ আজি অষ্টমী তিথিৰ দিনটোত ডিক্ৰঙগুৰী পূজা মণ্ডপত পুৱাৰে পৰা যথেষ্ট সংখ্যক ভক্তৰ আগমন পৰিলক্ষিত হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.