অপৰাধঅসম

মহানগৰীৰ চানমাৰিত ভয়ংকৰ অগ্নিকাণ্ড

মাণিক চৌধুৰী পথৰ পাহাৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ

মহানগৰীৰ চানমাৰিত ভয়ংকৰ অগ্নিকাণ্ড। মাণিক চৌধুৰী পথৰ পাহাৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ। আবাসিক এলেকালৈ সম্প্ৰসাৰিত জুই। জুই নিৰ্বাপন অগ্নিনিৰ্বাপক বাহিনীৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা অঞ্চলবাসী।

অগ্নি নিৰ্বাপক বাহিনীৰ লোকে দুখন জুই নোমোৱা বাহন লৈ ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধ কালীন তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবেই বৃহৎ অঞ্চলটো ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে বুলি অঞ্চলবাসীয়ে মত পোষণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.