আন্তঃৰাষ্ট্ৰীয়প্ৰাকৃতিক দুৰ্যোগ

ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰনি! বৰ্তমানলৈ ২ জন নিহত আৰু ৯০ জন আহত জাপানত

একে লেথাৰিয়ে ২‌টা ভূমিকম্পই জোঁকাৰি গ'ল টকিঅ' সহ জাপানৰ আন বহুকেইখন ৰাজ্য

🟥 পুনৰ ৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল জাপান

🟥 একে লেথাৰিয়ে ২‌টা ভূমিকম্পই জোঁকাৰি গ’ল টকিঅ’ সহ জাপানৰ আন বহুকেইখন ৰাজ্য

🟥 দ্বিতীয়টো ভূলিকম্পৰ প্ৰাৱল্য আছিল ৬.১

🟥 বৰ্তমানলৈকে ২ জন নিহত আৰু ৯০ জন আহত হৈছে বুলি জানিব পৰা গৈছে।

🟥 ভূমিকম্পৰ পাছতে জাৰী কৰা হৈছিল ছুনামিৰ সতৰ্কতা, যদিও বৰ্তমান সেই সতৰ্কতা উঠাই লোৱা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 8 =

Check Also
Close
Back to top button