আন্তঃৰাষ্ট্ৰীয়প্ৰাকৃতিক দুৰ্যোগ

ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰনি! বৰ্তমানলৈ ২ জন নিহত আৰু ৯০ জন আহত জাপানত

একে লেথাৰিয়ে ২‌টা ভূমিকম্পই জোঁকাৰি গ'ল টকিঅ' সহ জাপানৰ আন বহুকেইখন ৰাজ্য

🟥 পুনৰ ৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল জাপান

🟥 একে লেথাৰিয়ে ২‌টা ভূমিকম্পই জোঁকাৰি গ’ল টকিঅ’ সহ জাপানৰ আন বহুকেইখন ৰাজ্য

🟥 দ্বিতীয়টো ভূলিকম্পৰ প্ৰাৱল্য আছিল ৬.১

🟥 বৰ্তমানলৈকে ২ জন নিহত আৰু ৯০ জন আহত হৈছে বুলি জানিব পৰা গৈছে।

🟥 ভূমিকম্পৰ পাছতে জাৰী কৰা হৈছিল ছুনামিৰ সতৰ্কতা, যদিও বৰ্তমান সেই সতৰ্কতা উঠাই লোৱা হৈছে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

5 × one =

Back to top button