অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

ধুবুৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক, এইবাৰ আৰক্ষীৰ লক্ষ্য তীৰৰ এজেণ্ট

ধুবুৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

এইবাৰ আৰক্ষীৰ লক্ষ্য তীৰৰ এজেণ্ট

গুলীবিদ্ধ শ্যামল দেৱনাথ নামৰ এজন লোক

গুৰুতৰভাৱে আহত হৈছে শ্যামল

গোলকগঞ্জত অবৈধভাৱে চলাই আছিল তীৰৰ বেহা

আৰক্ষীক আক্ৰমণৰ অপচেষ্টা শ্যামল দেৱনাথৰ

প্ৰত্যুত্তৰত শ্যামলক লক্ষ্য কৰি আৰক্ষীৰ গুলী

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি শ্যামলক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.