Socialঅপৰাধঅসম

আৰক্ষীৰ জালত সুৰা ভৰ্তি ট্ৰাক, ক’ৰ পৰা অনা হৈছিল কাৰ্টুনে কাৰ্টুনে সুৰা?

শুকুৰবাৰে নিশা যোৰহাটৰ জিৰণী হোটেলৰ সন্মুখত আৱকাৰী বিভাগে জব্দ কৰে সুৰা ভৰ্তি ট্ৰাক

যোৰহাটত জব্দ অৰুণাচলী সুৰা ভৰ্তী ট্ৰাক। আৱকাৰী বিভাগৰ তৎপৰতাত জব্দ কৰা হয় ট্ৰাকখন।

আৰক্ষীৰ চকুত ধূলি দি একাংশই অবৈধ সুৰাৰ ব্যৱসায় চলাই থকাৰ সময়তে শুকুৰবাৰে নিশা যোৰহাটৰ জিৰণী হোটেলৰ সন্মুখত আৱকাৰী বিভাগে জব্দ কৰে এই সুৰা ভৰ্তি ট্ৰাকখন।

AS-27C-6978 নম্বৰৰ সুৰা ভৰ্তি ট্টাকখনৰ মালিক, যোৰহাট খঙীয়াৰ মুকুল হাজৰিকা বুলি জানিব পৰা গৈছে।

অৰুণাচলৰ ভালুকপুঙৰ পৰা নামচাইলৈ সুৰাখিনি লৈ আহিছিল দীপাংকৰ বৰগোঁহাই নামৰ এজন যুৱকে। ট্ৰাকখনৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে প্ৰায় ১০০০টা সুৰাৰ কাৰ্টুন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.