অসমদৈনিক বাতৰিশিক্ষা

‘শিক্ষকৰ আন্তঃজিলা বদলি যোগ্য নহয়’-ডঃ ৰণোজ পেগু

'শিক্ষকৰ আন্তঃজিলা বদলি যোগ্য নহয়'-ডঃ ৰণোজ পেগু

শিক্ষকৰ আন্তঃজিলা বদলি যোগ্য নহয়

স্পষ্টীকৰণ যোগে সদৰী শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ

যিহেতু জিলা ভিত্তিত পদৰ বিপৰীতে বিজ্ঞাপন দিয়া হৈছিল

সেয়ে প্ৰত্যেক জিলাৰ খালী পদৰ বিপৰীতে নিযুক্তি দিয়া হৈছিল

বদলিকৰণে এখন জিলাত শিক্ষকৰ সংখ্যা হ্ৰাস কৰিব

আনহাতে অন্য এখন জিলাত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰিব

শিক্ষা আইন ২০১৭ৰ ভিত্তিতহে বদলীকৰণ হ’ব

এই আইন মতে দহবছৰ সম্পূৰ্ণ কৰা শিক্ষকৰহে বদলি হ’ব

বদলিকৰণৰ ক্ষেত্ৰত PTR, ছাত্ৰ-শিক্ষক অনুপাতে গুৰুত্ব দিয়া হ’ব

অৱশ্যে পাৰস্পৰিক বুজাপৰা বদলি অব্যাহত থাকিব

পাৰস্পৰিক বুজাপৰা বদলিৰ শিক্ষকৰ তালিকা অচিৰেই পৰ্টেলত দিব বিভাগে

মুঠ ১২,০৩৬ গৰাকী শিক্ষকৰ বদলিৰ তথ্য ইতিমধ্যে পৰ্টেলত দিয়া হৈছে

পৰৱৰ্তী বদলিৰ তালিকা দূৰ্গা পুজাৰ পূৰ্বে পৰ্টেলত প্ৰকাশ কৰা হ’ব

টুইটাৰ যোগে এই তথ্য সাদৰী শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.